আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধুসৰ এই পৃথিৱীত
বিচাৰিছো আমি
সোণালী ৰ'দ
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধুসৰ এই পৃথিৱীত
বিচাৰিছো আমি
সোণালী ৰ'দ
নেলাগে মৰমৰ মিছা প্ৰলোভন
নেলাগে সহানুভুতি
নেলাগে নাসাজো মিছা বালিঘৰ
নেলাগে সহাৰি কাৰো
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধুসৰ এই পৃথিৱীত
বিচাৰিছো আমি
সোণালী ৰ'দ
মন হেৰালে
প্ৰাণ হেৰালে
সুৰ হেৰালে
মৰমৰ মোহতে
মন হেৰালে
প্ৰাণ হেৰালে
সুৰ হেৰালে
মৰমৰ মোহতে
আমি দূৰ অতীতৰে
দুটি মন বেদনাৰে আৱৰা
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধুসৰ এই পৃথিৱীত
বিচাৰিছো আমি
সোণালী ৰ'দ
দুটি নয়নত
মন গহনত
এখনি আকাশ
আছেহি জিলিকি
দুটি নয়নত
মন গহনত
এখনি আকাশ
আছেহি জিলিকি
সেই আকাশ আছে ভৰি
নতুনৰ পোহৰেৰে আমাৰ বাবে
তেজেৰে জিনিম সপোন
আমি যেন দুটি মন পখী
উৰি ফুৰিছো পোহৰ বিচাৰি
ক'লা ডাৱৰে আৱৰা
ধুসৰ এই পৃথিৱীত
বিচাৰিছো আমি
সোণালী ৰ'দ
নেলাগে মৰমৰ মিছা প্ৰলোভন
নেলাগে সহানুভুতি
নেলাগে নাসাজো মিছা বালিঘৰ
নেলাগে সহাৰি কাৰো
তেজেৰে জিনিম সপোন
Comments (0)